-
ড্ৰাগছৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষীৰ অভিযান অব্যাহত।
-
কৰিমগঞ্জ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম দাসৰ নেতৃত্বত চলিছে এই অভিযান।
-
কৰিমগঞ্জ ৰাতাবাৰী আৰক্ষীৰ ৫২ টা চাবোন বাকচ ড্ৰাগছ অভিযানত জব্দ।
-
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজন ড্ৰাগছ সৰবৰাহকাৰীক।
-
গ্ৰেপ্তাৰ হোয়া যুৱক কেইজনৰ নাম হৈছে আবু বক্কৰ, অমন উদ্দিন আৰু গীয়াস উদ্দীন।
-
কৰিমগঞ্জ জিলাৰ ৰাতাবাৰী নকা পইন্ট তে পৰা আৰক্ষীয়ে জব্দ কৰে ৫৬৮ গ্ৰাম ড্ৰাগছ।
-
বৰ্তমান সোধ-পোছ অব্যাহত ৰাখিছে ৰাতাবাৰী আৰক্ষীয়ে।
-
জব্দকৃত ড্ৰাগছখিনিৰ বজাৰ মূল্য অনুমানিক ৪ কোটি টকা হব বুলি আৰক্ষীয়ে অনুমান কৰি আছে ।
Also Read: চৰকাৰী বিদ্যালয়ৰ পৰিচালনাৰ দ্বায়িত্ব গ্ৰহণ ছাত্ৰ-ছাত্ৰীৰ মাতৃসকলৰ