গাৰ নোম শিঁয়ৰি উঠা দৃশ্য, কেমেৰাৰ সন্মুখতে খহি পৰিল এটা গৃহ…

গাৰ নোম শিঁয়ৰি উঠা দৃশ্য, কেমেৰাৰ সন্মুখতে খহি পৰিল এটা গৃহ…
Published on
Updated on
  • ON CAMERA ত খহি পৰিল এটা গৃহ।
  • এই দৃশ্য লাহৰীঘাটৰ টেঙাগুৰিৰ।
  • টেঙাগুৰি স্থিত শিয়ালমাৰী ৰাজ্যিক চিকিৎসালয়ৰ নাৰ্ছ আৱাস গৃহ নিমিষতে খহি পৰে।
  • কেইবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত চিকিৎসালয় খনৰ গাতে লাগি থকা কুইমাৰি বিলত আৰাম্ভ হৈছে ভয়াৱহ খহনীয়াৰ।
  • বিলৰ খহনীয়াৰ ফলত নিমিষতে on camera ত খহি পৰে আৱাস গৃহটো।
  • অতি শীঘ্ৰে খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে চিকিৎসাখনলৈ ভাবুকি আহি পৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in