New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
লখিমপুৰৰ পানীগাঁৱৰ বৰডুবি চানং গাঁৱত ড্রাগছ জব্দ
আৰক্ষীৰ অভিযানত জব্দ ২৫ লাখ টকাৰ হেৰ’ইন
কৰিমগঞ্জৰ এজন সৰবৰাহকাৰীয়ে এখন ছুইফটেৰে আনিছিল হেৰ’ইনখিনি
ড্রাগছ বিক্রী কৰি থকাৰ সময়তে অভিযান চলাই আৰক্ষীয়ে
ঘটনা সন্দৰ্ভত এগৰাকী মহিলাসহ ৬জনক গ্রেপ্তাৰ আৰক্ষীৰ