-
লখিমপুৰত পুনৰ বানৰ আশংকা।
-
মুকলি কৰা হৈছে ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ গেট।
-
নীপকোৱে প্রকল্পটোৰ পৰা এৰি দিব অতিৰিক্ত পানী।
-
প্রতি ছেকেণ্ডত ১৬১ ঘন মিটাৰ পানী অতিৰিক্তভাৱে এৰি দিয়া হ’ব ৰঙানদীত।
-
ইতিমধ্যেই ৰঙানদীৰ জলপৃষ্ঠ ৯৪ মিটাৰলৈ বৃদ্ধি পাইছে।
-
আৰু ১ মিটাৰ পানী বৃদ্ধি পালেই অতিক্রম কৰিব বিপদসীমা।
-
ইয়াৰ পাছতেই লখিমপুৰবাসীলৈ সাৱধানবাণী জাৰি কৰিছে।
Also Read: পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত বৰহোলাত শিক্ষক-কৰ্মচাৰীৰ প্ৰতিবাদ