নিপক'ৱে এৰিলে ৰঙানদী বান্ধৰ পানী: সতৰ্কতা জাৰি প্ৰশাসনৰ...

নিপক'ৱে এৰিলে ৰঙানদী বান্ধৰ পানী: সতৰ্কতা জাৰি প্ৰশাসনৰ...
Published on
Updated on
  • যিকোনো মুহূৰ্ততে ভয়ংকৰ ৰূপ ল'ব পাৰে ৰঙানদীয়ে।

  • ৰঙা নদী বান্ধাৰ পানী খুলি দিছে নিপক'ৱে।

  • সন্ধিয়া ৬বাজি ৪০ মিনিটত খুলি দিয়া হৈছে বান্ধটোৰ সকলো গেট।

  • উত্তৰ অসমত ভয়াৱহ বানৰ পূৰ্ণ সম্ভাৱনা আছে।

  • ইতিমধ্যে নৈপৰীয়ালৈ সতৰ্কতামূলকবাণী জাৰি কৰিছে জিলা প্ৰশাসনে।

  • নৈপৰীয়া অঞ্চলত ১৪৪ ধাৰা জাৰি কৰা হৈছে।

  • মাছ ধৰা, খৰি বিচৰা কাৰ্যকলাপত নিষেধাজ্ঞা জাৰি কৰিছে প্ৰশাসনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in