নাজিৰাত পিঞ্জৰাৱদ্ধ প্রকাণ্ড নাহৰফুটুকী

নাজিৰাত পিঞ্জৰাৱদ্ধ প্রকাণ্ড নাহৰফুটুকী
Published on
Updated on
  • নাজিৰাত পিঞ্জৰাৱদ্ধ প্রকাণ্ড নাহৰফুটুকী।

  • ONGCৰ অসম সম্পদৰ মুখ্য কাৰ্যালয়ৰ সমীপত পিঞ্জৰাৱদ্ধ।

  • কালিৰে পৰা অঞ্চলটোত উপদ্রৱ চলাই আছিল নাহৰফুটুকীটোৱে।

  • ইয়াৰ পিছতে নিশাই বন বিভাগে পাতিছিল পিঞ্জৰা।

  • বন বিভাগৰ পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকীটো।

নাজিৰাত পিঞ্জৰাৱদ্ধ প্রকাণ্ড নাহৰফুটুকী
আজি বিশ্ব গঁড় দিৱস

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in