সোৱণশিৰিৰ জলপৃষ্ঠ হ্ৰাসঃ নৈৰ মাজত আৱদ্ধ মাজুলীৰ পৰা লখিমপুৰ অভিমুখে যোৱা ফেৰী...

সোৱণশিৰিৰ জলপৃষ্ঠ হ্ৰাসঃ নৈৰ মাজত আৱদ্ধ মাজুলীৰ পৰা লখিমপুৰ অভিমুখে যোৱা ফেৰী...

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

সোৱণশিৰিৰ জলপৃষ্ঠ হ্ৰাসঃ নৈৰ মাজত আৱদ্ধ মাজুলীৰ পৰা লখিমপুৰ অভিমুখে যোৱা ফেৰী...

ডিজিটেল ডেস্কঃ সোৱণশিৰিৰ জলপৃষ্ঠ হ্ৰাস হোৱাৰ ফলত অঘটন। নদীৰ বুকুত আৱদ্ধ হৈ পৰিলে যাত্ৰীবাহী ফেৰী।

শুকুৰবাৰে পুৱা সংঘটিত হৈছে এই ঘটনা। মাজুলীৰ পৰা লখিমপুৰ অভিমুখে যাত্ৰা কৰিছিল এখন ফেৰী।

তাৰ পাছতে চেনীমৰা ঘাটত আৱদ্ধ হৈ পৰে এই ফেৰীখন। জানিব পৰা মতে সোণৱশিৰি জলপৃষ্ঠ হ্ৰাস হোৱাৰ বাবেই এই ঘটনা সংঘটিত হয়।

ফেৰীখনত আছিল মাজুলীৰ এদল সাংবাদিকো। প্ৰায় ১ ঘণ্টা ধৰি আৱদ্ধ হৈ থাকে এই ফেৰীখন।

Also Read: ধেমাজিত সদৌ অসম পদ্মনাথ গোহাঞি বৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা আৰম্ভ...

সোৱণশিৰি