ব্ৰহ্মপুত্ৰত আৱদ্ধ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা সহ ৫০জনীয়া এটি দল...

ei muhurtar khabar
ei muhurtar khabar
Published on
Updated on
  • মাজুলীত ব্ৰহ্মপুত্ৰৰ মাজত আৱদ্ধ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।

  • ফেৰীৰ ইঞ্জিন বিকল হৈ নদীৰ মাজত আৱদ্ধ মন্ত্ৰীগৰাকী।

  • জানিব পৰামতে মন্ত্ৰীগৰাকীৰ লগত আছিল বিধায়ক ভুৱন গাম, জিলা আয়ুক্ত কাবেৰী বি শৰ্মা লগতে ৫০গৰাকী ব্যক্তি।

  • মাজুলীৰ কেৰ কেৰ চাপৰিত বানাক্ৰান্ত খবৰ ল'বলৈ পুৱা ভাগত মিচামৰা অঞ্চলৰ পৰা ফেৰীৰে গৈছিল দলটো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in