মৰাণ মহাবিদ্যালয়ৰ সন্মুখত অঘটন।
ৰেলৰ খুন্দাত নিহত মৰাণ ITIৰ এজন ছাত্র।
বুধবাৰে সংঘটিত হয় এই ঘটনা।
নিহত ছাত্রজন পানীটোলাৰ ৰাহুল চাংমাই বুলি চিনাক্ত।
উজনিমুৱা 15669 নম্বৰৰ নাগালেণ্ড এক্সপ্রেছৰ খুন্দাত নিহত।
ঘটনাস্থলীত উপস্থিত হৈ ৰে’ল আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহ।