মথুৰাপুৰত নামঘৰে-নামঘৰে শ্ৰীকৃষ্ণ বন্দনা

মথুৰাপুৰত নামঘৰে-নামঘৰে শ্ৰীকৃষ্ণ বন্দনা
Published on
Updated on

ডিজিটেল সংবাদ, মথুৰাপুৰঃ আজি জন্মাষ্টমী। ৰাজ্যৰ নামঘৰ-সত্ৰত আড়ম্বপূৰ্ণ ভাৱে উদযাপন কৰিছে জন্মাষ্টমী ৷ ইয়াৰ ব্যতিক্ৰম নহয় চৰাইদেউ জিলাৰ বৃহত্তৰ মথুৰাপুৰ অঞ্চল ৷ বুধবাৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ উপলক্ষে মথুৰাপুৰৰ নামঘৰসমূহত এক উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয়।

ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিনক লৈ পুৱাৰ পৰাই ব্যস্ততা বাঢ়িছে অঞ্চলটোৰ নামঘৰ-মন্দিৰত। জন্মাষ্টমীৰ উপলক্ষে মথুৰাপুৰ কোঁৱৰ গাঁও নামঘৰো মুখৰিত হৈছে নামৰ ধ্বনিৰে। পুৱা নামঘৰৰ চৌহদত পুৰুষ-মহিলা সকলো একত্ৰিত হৈ ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্ত্তন কৰা পৰিলক্ষিত হ’ল।

মথুৰাপুৰত নামঘৰে-নামঘৰে শ্ৰীকৃষ্ণ বন্দনা
শুভলক্ষী দত্তক গ্ৰেপ্তাৰৰ দাবীত আমগুৰি-গেলেকী বাগিছাত প্ৰতিবাদ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in