New Update
- লেপেটকটা বাগিছাৰ কৰ্তৃপক্ষলৈ সহকাৰী শ্রম আয়ুক্তৰ নিৰ্দেশ।
- ডিব্রুগড়ৰ সহকাৰী শ্রম আয়ুক্তৰ কাৰ্যালয়ৰ এই নিৰ্দেশ।
- মইনা নায়কক ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ।
- তিনিদিনৰ ভিতৰত আদায় দিব লাগিব ১৩,৩৩,০৩৪ টকা।
- ১৯ জুলাইত মইনা নায়কৰ লগত হৈছিল ভয়ংকৰ দুৰ্ঘটনা।
- মেছিনৰ ভিতৰত সোমাই পৰিছিল মইনা।
- বৰ্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে মইনা।