ৰঙাজানত মে-ডাম-মে-ফী পালন

তিতাবৰৰ ৰঙাজানত আজি পুৱাৰেপৰা আহোম জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি

author-image
Asomiya Pratidin
New Update
ৰঙাজানত মে-ডাম-মে-ফী পালন

ডিজিটেল সংবাদ,তিতাবৰঃ আজি মে-ডাম-মে-ফী। সমগ্ৰ ৰাজ্যৰ লগতে তিতাবৰতো আজি উলহ-মালহেৰে মে-ডাম-মেফি উদযাপন কৰা হয়। তিতাবৰৰ ৰঙাজানত আজি পুৱাৰেপৰা আহোম জনগোষ্ঠীৰ পৰম্পৰা অনুসৰি বিস্তৃত কাৰ্যসূচীৰে মে-ডাম-মে-ফী উৎসৱ পালন কৰে।

কাৰ্যসূচীৰ আৰম্ভণীতে মৈদাম তৰ্পণ, বানফ্ৰী প্ৰজ্বলন , উপৰিপুৰুষৰ মংগল উচ্চাৰণেৰে ৰঙাজানত এক আধ্যাত্মিক আৰু উৎসৱমুখৰ পৰিৱৰশৰ সৃষ্টি কৰাৰ লগতে অসমৰ জাতি-জনগোষ্ঠীসমূহৰ মাজত পাৰস্পৰিক সদ্ভাৱো বৃদ্ধি পাব বুলি আশা ব্যক্ত কৰে।

আৰু পঢ়কঃ ২০১৪ ৰ ভিতৰত অসমলৈ অহা হিন্দু, মুছলমান সকলো বৈধ নাগৰিক ! নাগৰিকত্বৰ ভিত্তিবৰ্ষ ১৯৫১ ৰ বিৰোধিতা BDF ৰ...

me dam me phi ahom