-
বিধায়ক মানৱ ডেকাৰ ভাতৃ আৰু নাই।
-
বিধায়ক মানৱ ডেকাৰ ভাতৃয়ে ল’লে চৰম সিদ্ধান্ত।
-
আত্মহননৰ দৰে চৰম পন্থা বাছি ল’লে বিধায়কগৰাকীৰ ভাতৃয়ে।
-
শনিবাৰে নিশা প্ৰায় ১১-৪৫ বজাত সংঘটিত হয় এই অনাকাঙ্খিত ঘটনা।
-
জানিব পৰা মতে দীৰ্ঘদিন ধৰি হতাশাত ভুগি আছিল ভাতৃ কল্যাণ ডেকা।
-
নিহত কল্যাণ ডেকাই অসম সচিবালয়ত চাকৰি কৰিছিল।
-
সম্প্ৰতি এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
Also Read: ৰাজ্যত ভূমিকম্পৰ জোকাৰণি