New Update
- জেহাদীৰে সম্পৰ্ক থকা মৈৰাবাৰীৰ জমিউল হুদা মাদ্রাছা উচ্ছেদ।
- বৃহস্পতিবাৰে পুৱা চলিল এই উচ্ছেদ।
- জেহাদীৰ অভিযুক্ত মুফ্টি মুস্তাফাই পৰিচালনা কৰিছিল মাদ্রাছাখনত।
- ABTৰ ধনেৰে ২০১৮ চনত মাদ্রাছাখন খুলিছিল মুস্তাফাই।
- মৰিগাঁও প্রশাসনে চলাইছে উচ্ছেদ অভিযান।
- বিগত ৩ বছৰে বাংলাদেশৰ পৰা ধন অহাৰ অভিযোগ।
- কেইদিনমান পূৰ্বে জেহাদীৰ লগত সম্পৰ্ক থকাৰ অভিযোগত আৰক্ষীয়ে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছিল।