পবিতৰা অভয়াৰণ্যত উদ্ধাৰ গড়ৰ মৃতদেহ

পবিতৰা অভয়াৰণ্যত উদ্ধাৰ গড়ৰ মৃতদেহ
Published on
Updated on
  • পবিতৰা অভয়াৰণ্যত গড়ৰ মৃত্যু।

  • হাডুক বিলৰ দলঙৰ কাষত উদ্ধাৰ কৰা হয় মাইকী গঁ‌ড়ৰ মৃতদেহ।

  • গঁড়জনী বানত ডুবি মৃত্যুমুখত পৰাৰ সন্দেহ।

  • অক্ষত অৱস্থাত আছে মৃত গড়ৰ খৰ্গটো।

  • ইতিমধ্য বন বিভাগৰ লোকে মেচিন নাও লৈ উদ্ধাৰ কৰিছে মৃত গড়জনী ।

  • উল্লেখ্য যে, ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত বুৰ গৈছিল অভয়াৰণ্যখনৰ ৭০শতাংশ এলেকা।

পবিতৰা অভয়াৰণ্যত উদ্ধাৰ গড়ৰ মৃতদেহ
বিদ্যালয়ে-বিদ্যালয়ে আড়ম্বপূৰ্ণভাবে শিক্ষক দিৱসঃ ৰাজ্যৰ ৪৩০ শিক্ষাগুৰুলৈ মুখ্যমন্ত্ৰীৰ পত্ৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in