সোনাৰিত সংঘটিত হয় নৃশংস হত্যাকাণ্ড ।
সোনাৰিৰ টীয়ক ৰজাবাৰীত দাৰে ঘপিয়াই হত্যা কৰে এগৰাকী মহিলাক।
সামান্য কথাতে সূত্ৰপাত হোৱা কাজিয়াতে ৰেখা গোৱালা নামৰ মহিলা গৰাকীক দাৰে ঘপিয়াই হত্যা কৰে চাজন বনীক দেৱ নামৰ যুৱকজনে।
হত্যাকাণ্ড সংঘটিত কৰা চাজন বনীক দেৱ নামৰ যুৱকজনে থানাত আত্মসমৰ্পণ কৰে ।
ৰ্তমান সোনাৰি আৰক্ষী থানাত হত্যাৰ অভিযুক্ত চাজন বনীক দেৱ নামৰ যুৱকজনক আৰক্ষীয়ে জেৰা চলাইছে।