পুৱতি নিশা হোজাইৰ দক্ষিণ বিদ্যানগৰত ভয়ংকৰ অগ্নিকাণ্ড
কাৰ্তিক মণ্ডল নামৰ এজন লোকৰ ঘৰত এই অগ্নিকাণ্ড
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত বাসগৃহটো
জুইত জাহ প্রায় ৭ লাখ টকাৰ সা-সম্পত্তি
স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বাপন
অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই।