কচুৱা আৰক্ষীৰ অভিযানত নকল টকা তৈয়াৰ কৰা মেচিনসহ চাৰিজনক আটক...

কচুৱা আৰক্ষীৰ অভিযানত নকল টকা তৈয়াৰ কৰা মেচিনসহ চাৰিজনক আটক...
কচুৱা আৰক্ষীৰ অভিযানত নকল টকা তৈয়াৰ কৰা মেচিনসহ চাৰিজনক আটক...
Published on
Updated on
  • কচুৱাৰ উত্তৰ শিমুলুগুৰিত কচুৱা আৰক্ষীৰ অভিযান।

  • অভিযনত আটকনাগালেণ্ডৰ এহাল দম্পতীসহ মুঠ চাৰি জনক আটক।

  • নকল টকা বাণ্ডিল বিক্ৰী কৰিবলৈ ওলোৱাৰ সময়তে আটক চাৰিওজনক। 

  • কচুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজা ঈৰ্শ্বাদৰ নেতৃত্বত চলিছিল এই অভিযান।

  • আভিযানত আটক মিছ ভিচেনো, ইউইখান এ শিমৰায়।

  • আটক উত্তৰ শিমুলুগুৰিৰ ইদ্ৰিছ আলী, কাজিৰঙাৰ বালিছৰীয়াৰ আনুৱাৰ হুছেইন।

  • ধৃত ব্যক্তি কেইজনৰ উদ্ধাৰ এটা নকল টকা ছপা কৰা প্ৰিণ্টিং মেচিন, নকল টকা প্ৰিণ্টিঙৰ বাবে ব্যৱহাৰ কৰা কাগজ।

  • জব্দ তিনিটা মোবাইল হেণ্ডছেট, ৯ খন পাঁচশ টকীয়া নোট, নকল নোটৰ এটা বাণ্ডিল।

  • আৰক্ষীয়ে জব্দ কৰিছে AS 21 C 4119 নম্বৰৰ এখন বাহন।

  • আটাইকেইজন ব্যক্তিৰ বিৰুদ্ধে কচুৱা থানাত ৰুজু গোচৰ।

কচুৱা আৰক্ষীৰ অভিযানত নকল টকা তৈয়াৰ কৰা মেচিনসহ চাৰিজনক আটক...
বশিষ্ঠ আৰক্ষীৰ অভিযানত চোৰাং গৰুসহ বাহন জব্দ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in