নগাঁও জিলাৰ পশ্চিমাঞ্চলত শিলাবৃষ্টিত বিস্তৰ ক্ষতি...
নগাঁও জিলাৰ পশ্চিমাঞ্চলত শিলাবৃষ্টিত বিস্তৰ ক্ষতি...

নগাঁও জিলাৰ পশ্চিমাঞ্চলত শিলাবৃষ্টিত বিস্তৰ ক্ষতি...

Published on

ডিজিটেল সংবাদ বটদ্ৰৱাঃ ৰাজ্যত শেহতীয়াকৈ ঠায়ে ঠায়ে হোৱা বৰষুণ আৰু ধুমুহাৰ মাজতে নগাঁও জিলাৰ পশ্চিমাঞ্চলতো আজি পুৱা এজাক শিলাবৃষ্টি আহে। শীত সামৰি বসন্ত ঋতুৰ আৰম্ভণিতে অহা শিলাবৃষ্টি নগাঁও জিলাৰ পশ্চিমপ্ৰান্তৰ বটদ্ৰৱা, কদমনি, ধূপগুৰি, ধিং, জুৰিয়া আদি অঞ্চলত ক্ষতি সাধন কৰে।

শিলাবৰ্ষণৰ ফলত উক্ত অঞ্চল সমূহৰ বহু বাসিন্দাৰ ঘৰৰ টিং, মূধচ ক্ষতিগ্ৰস্ত হয়। শিল বৰষুণ জাকে ৰাইজৰ খেতি পথাৰৰ ফচলৰো ক্ষতি সাধন কৰে। এনে অনাকাংক্ষিত পৰিবেশৰ সন্মুখীন হৈ ৰাইজ বাৰুকৈয়ে বিপাঙত পৰিছে।

নগাঁও জিলাৰ পশ্চিমাঞ্চলত শিলাবৃষ্টিত বিস্তৰ ক্ষতি...
প্ৰতিদিন টাইমৰ ভিডিঅ’ জাৰ্নেলিষ্ট সুবুধ ৰয়ৰ ৰহস্যজনক মৃত্যু...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in