কচুৱাত উপহাৰ কুপনৰ খেলত দুৰ্বৃত্তৰ উদ্ভণ্ডালি..

representative image
representative image
Published on
Updated on

ডিজিটেল সংবাদ,কচুৱাঃ কচুৱা তিনিআলিৰ জাতীয় বিদ্যালয়ৰ সাহাৰ্যৰ বাবে অনুষ্ঠিত হোৱা উপহাৰ কুপনৰ খেলত এচাম দুষ্টচক্ৰই উদ্ভণ্ডালি কৰে। খেলখনত অনিয়ম হোৱাৰ অভিযোগ তুলি একাংশই অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা পৰিলক্ষিত হয়।

লোকসকলে মঞ্চৰ চকী ভাঙি পেলায়। বহু সময় ধৰি খেল খন বন্ধ হৈ থকাৰ পিছত আৰক্ষীৰ উপস্থিতিত খেলখন সুকলমে অনুষ্ঠিত হয় ।

representative image
ব্ৰহ্মপুত্ৰত ছাত্ৰীৰ সলিল সমাধি...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in