কলিয়াবৰ জিলা বিজেপি সভাপতি অনিল শইকীয়াক অপসাৰন : নতুন সভাপতি বাবুল বৰা...

কলিয়াবৰ জিলা বিজেপি সভাপতি অনিল শইকীয়াক অপসাৰন : নতুন সভাপতি বাবুল বৰা...
কলিয়াবৰ জিলা বিজেপি সভাপতি অনিল শইকীয়াক অপসাৰন : নতুন সভাপতি বাবুল বৰা...
Published on
Updated on

ডিজিটেল সংবাদ নগাঁও: কলিয়াবৰ জিলা বিজেপিৰ সভাপতি পদৰ পৰা অপসাৰিত হৈছে অনিল শইকীয়া ৷ সমষ্টি পুনৰ নিৰ্ধাৰনৰ পিছত কলিয়াবৰ জিলাৰ জিলা সভাপতি পদৰ পৰা অনিল শইকীয়াক অপসাৰন কৰাৰ পিছত কলিয়াবৰ বিজেপি শিবিৰত খলকনিৰ সৃষ্টি কৰিছে ৷

অনিল শইকীয়াৰস্থানত অসম প্ৰদেশ বিজেপিৰ সভাপতি ভবেশ কলিতাই এক নিৰ্দেশ যোগে বাবুল বৰাক সভাপতি হিচাপে নিয়ুক্তি প্ৰদান কৰিছে ৷ মঙ্গলবাৰে জাৰি কৰা এক নিৰ্দেশ অনুসৰি বাবুল বৰা এতিয়াৰ পৰা কলিয়াবৰ জিলা বিজেপিৰ তদৰ্থ ভিত্তিক সভাপতি ৷

পূব কলিয়াবৰ , পশ্চিম কলিয়াবৰ , লাওখোৱা , বামুনী , পুৰনিগুদাম আৰু কামপুৰ মণ্ডলক লৈ কলিয়াবৰ সাংগাঠনিক জিলা গঠন কৰিছে বিজেপিয়ে ৷

কলিয়াবৰ জিলা বিজেপি সভাপতি অনিল শইকীয়াক অপসাৰন : নতুন সভাপতি বাবুল বৰা...
৭০৫ নং জয়সাগৰ নিম্ন বুনিয়াদী অভ্যসন বিদ্যালয়ত আড়ম্বৰপূৰ্ণভাৱে শিশু দিৱস উদযাপন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in