নকল সোণৰ নাওসহ দুজনক আটক...

আটকাধীন দুই যুৱক বিহাৰৰ বাসিন্দা
নকল সোণৰ নাওসহ দুজনক আটক...
নকল সোণৰ নাওসহ দুজনক আটক...
Published on
Updated on

ডিজিটেল ডেস্কঃ ৰাজ্যত অব্যাহত আছে নকল সোণৰ ৰমৰমীয়া বেহা। বিশ্বকৰ্মাৰ পূজাৰ মাজতে আজি নগাওঁ আৰক্ষীয়ে নকল সোণৰ বেহাৰ সৈতে জড়িত দুই যুৱকক আটক কৰিৰবলৈ সক্ষম হৈছে। দুয়োৰে পৰা আৰক্ষীয়ে জব্দ কৰিছে এখন নকল সোণ।

জানিব পৰা মতে আটক হোৱা দুই নকল সোণৰ সৰবৰাহকাৰীৰ ঘৰ বিহাৰত। বিহাৰৰ পৰা এই দুই যুৱকে অসমত নকল সোণৰ বেহা চলাবলৈ আহিছিল।

আটকাধীন সৰবৰাহকাৰী দুটাৰ নাম মুনিল মাহাতু আৰু সন্তুষ কুমাৰ। আৰক্ষীয়ে দুয়োকে ধিঙ গেটত কৰায়ত্ত কৰে। আৰক্ষীয়ে দুয়কে অধিক সোধপোছ অব্যাহত ৰাখিছে।

নকল সোণৰ নাওসহ দুজনক আটক...
Digen Mahanta: অনাতাঁৰ শিল্পী দিগেন মহন্ত আৰু নাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in