কামপুৰ মহগৰিয়াআটিত সন্ধানহীন এজন

কামপুৰ মহগৰিয়াআটিত সন্ধানহীন এজন
Published on
Updated on

ডিজিটেল সংবাদ,কামপুৰ : নগাঁও জিলাৰ কামপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মহগৰিয়াআটি গাঁৱৰ এজন লোক শুকুৰবাৰৰ পৰা সন্ধানহীন হৈ আছে । লোকজনৰ নাম ৰবীন্দ্ৰ নাথ (৪৯)।

উক্ত দিনা তেঁও নিজ ঘৰৰ পথাৰলৈ যোৱাৰ পৰাই সন্ধানহীন হয় বুলি জানিব পৰা গৈছে। ৰবীন্দ্ৰ নাথ সন্ধানহীন হোৱাৰ পিছতে আত্মীয়ই বিভিন্ন ঠাইত বিচাৰ-খোচাৰ কৰে যদিও এতিয়ালৈকে কোনো সন্ধান লাভ কৰা নাই ।

পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি পথাৰত ঘাঁহ কাটিবলৈ যোৱা পৰাই আজিপৰ্যন্ত ঘৰলৈ উভতি অহা নাই ৰবীন্দ্ৰ নাথ।

কামপুৰ মহগৰিয়াআটিত সন্ধানহীন এজন
সুনীল গগৈৰ পুত্ৰৰ বিস্ফোৰণ : জাহাঙ্গীৰ হত্যাকাণ্ডত তৃতীয় শক্তি জড়িত !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in