হোজাইত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলী ।গুলীবিদ্ধ কুখ্যাত ড্ৰাগছ মাফিয়া চাহাবুদ্দিন ।হোজাইৰ ৰামসিং গাঁৱত নিশা এই ঘটনা। লামডিং থানাৰ আৰক্ষীৰ গুলীত আহত ড্ৰাগছ মাফিয়াটো ।আহত চাহাবুদ্দিন সম্প্ৰতি চিকিৎসাধীন নগাঁও মেডিকেল কলেজ হাস্পতালত।.চাৰিদুৱাৰত আবকাৰী বিভাগৰ তীব্ৰ অভিযান