আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা
Published on
Updated on
  • নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অঘটন।

  • মহাবিদ্যালয়খনৰ তৃতীয় ষান্মাসিকৰ ছাত্রীৰ ৰহস্যজনক আত্মহত্যা।

  • ছাত্রী নিবাসৰ ভিতৰতে আত্মহত্যা ছাত্রীগৰাকীৰ।

  • কেইদিনমান ধৰি অসুস্থ হৈ আছিল ছাত্রীগৰাকী।

  • বৃহস্পতিবাৰে পুৱাৰ ভাগত চিকিৎসালয়লৈ গৈছিল ছাত্রীগৰাকী।

  • চিকিৎসালয়ৰ পৰা ঘূৰি অহাৰ পিছতে আত্মহত্যা কৰে ছাত্রীগৰাকীয়ে।

আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ছাত্ৰীৰ আত্মহত্যা
প্ৰসংগ- বটদ্ৰৱা থানা কাণ্ড : লীনা দলেসহ ১৭ জনক তলব

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in