নগাঁৱৰ গোমোঠা গাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ...

নগাঁৱৰ গোমোঠা গাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ...
Published on
Updated on

ডিজিটেল সংবাদ, বঢ়মপুৰ: নগাঁৱত সংধটিত হৈছে চাঞ্চল্যকৰ ঘটনা। নগাঁও জিলাৰ গোমোঠা গাঁৱৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত শনিবাৰে পুৱাই এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

নিশা কোনো বাহনৰ খুন্দাত মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহতো লৈ যায় বুলি জানিব পৰা গৈছে । মৃতদেহটোৰ পৰিচয় এতিয়ালৈকে জানিব পৰা হোৱা নাই যদিও ব্যক্তিজন মানসিকভাৱে ভাৰাক্ৰান্ত বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে ।

নগাঁৱৰ গোমোঠা গাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ...
মহিলা এছিয়া কাপত জয়লাভ কৰি ইতিহাস ৰচিলে টিম ইণ্ডিয়াই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in