বিদ্যুৎপৃষ্ঠ হৈ বন্যহস্তীৰ কৰুণ মৃত্যু...

বিদ্যুৎপৃষ্ঠ হৈ বন্যহস্তীৰ কৰুণ মৃত্যু...
Published on
Updated on

ডিজিটেল সংবাদ কামপুৰঃ ৰাজ্যত পুনৰ এটা বন্যহস্তীৰ কৰুণ মৃত্যু। এইবাৰ স্থান কামপুৰ। প্ৰাৰম্ভিক খবৰ অনুসৰি আজি সন্ধিয়া প্ৰায় ৭-৩০ বজাত কামপুৰ বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বৰপানী বনাঞ্চলৰ পণ্ডিটঘাটত এটা বন্যহস্তীৰ বিদ্যুৎপৃষ্ঠ হৈ কৰুণ মৃত্যু হয়।

জানিব পৰা মতে ধানচালা পাহাৰৰ পৰা নামি আহিছিল এই হাতীটো। পাহাৰৰ পৰা নামি অহা হাতীটো এঘাৰ হাজাৰ ভ'ল্টৰ বিদ্যুতৰ খুঁটা ভাঙি পৰাত সেই খুঁটাৰ তাঁৰত লাগি এইদৰে বিদ্যুৎস্পৃষ্ট হয়।

এই ঘটনাৰ খবৰ পোৱাৰ পাছতে মৃত হাতীটো চাবলৈ শ শ লোকে ঘটনাস্থলীত উপস্থিত হৈ ভিৰ কৰা পৰিলক্ষিত হৈছে।

বিদ্যুৎপৃষ্ঠ হৈ বন্যহস্তীৰ কৰুণ মৃত্যু...
মাৰ্ঘেৰিটা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ সমাৰোহ..

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in