-
ঘগ্ৰাপাৰ থানাত হৈছিল কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ ঘটনা
-
ঘগ্রাপাৰ থানাৰ OC বিমান ৰয়ক নিলম্বন
-
বৰ্তমান পলাতক OC বিমান ৰয়
-
বিমানৰ ৰয়ৰ বিৰুদ্ধে POCSO আইনৰ অধীনত গোচৰ ৰুজু
-
পলাতক OCৰ সন্ধান দিওতাক পুৰস্কৃত কৰা হ’ব
-
টুইটযোগে জনালে DGP জি পি সিঙে।
Reference taking of objectionable photo of a young girl at Ghograpar PS - Inspector (now under suspension) Biman Roy , former OC Ghograpar PS of Nalbari DEF is prime suspect in Nalbari PS Case No. 287/23 U/S- 354(B)/509 IPC
R/W Sec. 12/14(1) of POCSO Act. He is absconding. Anyone… pic.twitter.com/zRmWrNCT7V— GP Singh (@gpsinghips) June 29, 2023
Also Read: ভাৰতৰ বিভিন্ন চহৰত উপলব্ধ হ'ব লণ্ডন কফি !