আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ভোটগ্ৰহণ...

আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ভোটগ্ৰহণ...
আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ভোটগ্ৰহণ...
Published on
Updated on
  • আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন।

  • পুৱা ৮ বজাৰ পৰা ভোটদান প্ৰক্ৰিয়া।

  • পৰিষদৰখনৰ মুছ ভোটাৰৰ সংখ্যা ১ লাখ ৪১ হাজাৰ।

  • পৰিষদখনৰ মুঠ সমষ্টিৰ সংখ্যা ২৮ টা।

  • ইতিমধ্যে ৬ টাকৈ সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী বিজেপিৰ প্ৰাৰ্থী।

  • আন ২২টা সমষ্টিত কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

  • ১২ জানুৱাৰীত ঘোষণা হ’ব ফলাফল।

আজি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ ভোটগ্ৰহণ...
জামুগুৰিহাটত ভয়ংকৰ দুৰ্ঘটনাঃ থিতাতে নিহত এজন, আহত এজন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in