ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত উপস্থিত থাকিব পবিত্ৰ মাৰ্ঘেৰিটা...
ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত উপস্থিত থাকিব পবিত্ৰ মাৰ্ঘেৰিটা...

ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত উপস্থিত থাকিব পবিত্ৰ মাৰ্ঘেৰিটা...

আজি নিশা ৰাওনা হ'ব ইণ্ডোনেছিয়ালৈ
Published on

ডিজিটেল ডেস্কঃ সম্প্ৰতি তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ত্ৰিপুৰা ভ্ৰমণত থকা বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি নতুন দিল্লীত উপস্থিত হৈ মাজনিশা ইণ্ডোনেছিয়ালৈ ৰাওনা হ'ব। মন্ত্ৰীগৰাকীয়ে অহা ২০ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰব'ৱো চুবিয়ান্তোৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব।

উল্লেখযোগ্য যে চলিত বৰ্ষত ভাৰত-ইণ্ডোনেছিয়াৰ কূটনৈতিক সম্পৰ্কই ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ লগতে ভাৰতৰ 'এক্ট ইষ্ট ' পলিচীয়ে এটা দশক সম্পূৰ্ণ কৰিছে । ইণ্ডোনেছিয়া 'এক্ট ইষ্ট ' পলিচীৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰী দেশ।

ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত উপস্থিত থাকিব পবিত্ৰ মাৰ্ঘেৰিটা...
হাজোত ভয়ংকৰ দুৰ্ঘটনাঃ ৮ গৰাকী কণ কণ শিক্ষাৰ্থী আহত, ৪ জনৰ অৱস্থা গুৰুতৰ...
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in