জনপ্ৰিয় অভিনেতা পৰাগ শৰ্মা আৰু নাই

জনপ্ৰিয় অভিনেতা পৰাগ শৰ্মা আৰু নাই
Published on
Updated on
  • অভিনয়ৰ মাধ্যমেৰে সকলোকে আমোদ দিয়া অভিনেতা পৰাগ শৰ্মা আৰু নাই।
  • সকলোকে কন্দুৱাই গ'লগৈ জনপ্ৰিয় অভিনেতাগৰাকী।
  • বৃহস্পতিবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
  • নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল অভিনেতাগৰাকী।
  • নিশা ২ বাজি ৮ মিনিটত আইচিইউত অভিনেতা গৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে।
  • চিকিৎসাধীন অৱস্থাতে নিশা শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাজনে।
  • যকৃতৰ ৰোগত আক্ৰান্ত হৈ আছিল পৰাগ শৰ্মা।
  • বহুকেইখন থিয়েটাৰৰ সৈতে জড়িত আছিল তেওঁ।
  • শেহতীয়াকৈ বৃন্দাবন থিয়েটাৰত অভিনয় কৰিছিল পৰাগ শৰ্মাই।
  • নলবাৰীৰ গামাৰিমূৰী গাঁৱত ঘৰ পৰাগ শৰ্মাৰ।
  • তেওঁৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in