পাঠশালাৰ ভূটান ৰোডত পথ দুৰ্ঘটনা, তীব্ৰবেগী বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত বাইক আৰোহী

পাঠশালাৰ ভূটান ৰোডত দুৰ্ঘটনা। চাৰিচকীয়া বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত বাইক আৰোহী।
ROAD ACCIDENT
ROAD ACCIDENT
Published on
Updated on
  • পাঠশালাৰ ভূটান ৰোডত দুৰ্ঘটনা।

  • চাৰিচকীয়া বাহনৰ খুন্দাত গুৰুতৰভাৱে আহত বাইক আৰোহী।

  • আহত যুৱকজন পাঠশালাৰ মুগুৰীয়াৰ জিণ্টু তালুকদাৰ।

  • বাহনৰ খুন্দাত বাইক আৰোহীজনৰ ছিগি যায় এখন ভৰি।

  • ততাতৈয়াকৈ যুৱকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ।

  • পাঠশালা আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা চাৰিচকীয়া বাহনখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in