আজি বিধায়ক পদ ত্যাগ কৰিব ফণিভূষণ চৌধুৰীয়ে

আজি বিধায়ক পদ ত্যাগ কৰিব ফণিভূষণ চৌধুৰীয়ে
Published on
Updated on
  • বিধায়ক পদ ত্যাগ কৰিবলৈ সাজু ফণিভূষণ চৌধুৰী

  • আজি বিধানসভাৰ অধ্যক্ষৰ হাতত দাখিল কৰিব পদত্যাগ পত্ৰ

  • পদত্যাগ পত্ৰ দাখিলৰ পূৰ্বে সাংবাদিকৰ আগত আৱেগিক হৈ পৰিল নৱ নিৰ্বাচিত সাংসদগৰাকী

  • বিগত ৩৮ বছৰে বঙাইগাঁও সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল চৌধুৰীয়ে

  • বিধানসভাৰ পৰা বিদায় দিবলৈ বিশাল আয়োজন

  • বৰপেটাৰ সাংসদৰূপে নতুন জীৱন আৰম্ভ কৰিবলৈ সাজু ফণিভূষণ চৌধুৰী

আজি বিধায়ক পদ ত্যাগ কৰিব ফণিভূষণ চৌধুৰীয়ে
কাজিৰঙাত মৃত গঁড় উদ্ধাৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in