বানৰ সংহাৰৰ মাজতই নিপকোই খুলি দিলে ৰঙানদী আৰু ডিক্ৰং বান্ধৰ পানী…

বানৰ সংহাৰৰ মাজতই নিপকোই খুলি দিলে ৰঙানদী আৰু ডিক্ৰং বান্ধৰ পানী…

author-image
asomiyapratidin
New Update
গছ কটা কাৰ্যক বাধা দিয়া বন বিষয়ালৈ গুলী অৰুণাচলী দুৰ্বৃত্তৰ…

  • নীপকো ৰঙানদী প্ৰকল্পৰ ১০০০ মি.মি. আৰু ডিক্ৰং প্ৰকল্পৰ ২২০০ মিঃমিঃ বহলকৈ গেট খুলি দিয়া হৈছে ৷
  • লখিমপুৰ জিলা প্ৰশাসনলৈ বাৰ্তা প্ৰেৰণ নিপকোৰ।
  • ৰাইজক সতৰ্ক হৈ থাকিবলৈ আহ্বান জিলা প্ৰশাসনৰ।
  • ৰাজ্যত ভয়াৱহ হব পাৰে বান পৰিস্থিতি।
  • ইতিমধ্যে কেইবাটাও অঞ্চলত বানে চলাইছে সংহাৰ।
assam assam flood neepco