সৰভোগৰত পূৰ্ণ প্ৰস্তুতিৰে আয়োজন কৰা হৈছে গণৰাজ্য দিৱস

সৰভোগৰত পূৰ্ণ প্ৰস্তুতিৰে আয়োজন কৰা হৈছে গণৰাজ্য দিৱস
Published on
Updated on

ডিজিটেল সংবাদ, সৰভোগঃ মাজত মাথো কেইটিমান ঘণ্টা বাকী । তৎপৰ হৈছে প্ৰশাসন । কাইলৈ অনুষ্ঠিত হ'ব দেশত গণৰাজ্য দিৱস। সৰভোগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত পূৰ্ণ প্ৰস্তুতিৰে আয়োজন কৰিছে গণৰাজ্য দিৱস প্ৰত্যেক বছৰৰ দৰে এই বছৰতো আয়োজন কৰিছে গণৰাজ্য দিৱসৰ পূৰ্ণাংগ প্ৰস্তুতি ।

৭৫ সংখ্যক গণৰাজ্য দিৱস পালন কৰিব ভাৰতৰ চুকে -কোণে। বৰনগৰ ৰাজহ চক্ৰ বিষয়া মিথিংগা দৈমাৰীয়ে জানিব দিয়ে সৰভোগৰ জুৰোৰাম পাঠক উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰত কেন্দ্ৰীয় বাবে আয়োজন কৰিব গণৰাজ্য দিৱস ।আজি দিনজোৰা কাৰ্য্যসূচী চিত্ৰাংকণ পেৰেড আৰু বিভিন্ন কাৰ্য্যসূচী অনুষ্ঠিত হয় ।

সৰভোগৰত পূৰ্ণ প্ৰস্তুতিৰে আয়োজন কৰা হৈছে গণৰাজ্য দিৱস
সৰভোগত সদৌ অসম ভিত্তিক ক্ৰিকেট খেল প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in