তামুলপুৰত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ...

তামুলপুৰত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ...
Published on
Updated on

ডিজিটেল সংবাদ, তামুলপুৰঃ তামুলপুৰ বন বিভাগৰ কাৰ্যালয় অধীনৰ মহৰিপাৰত এটা কাছ উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগে। জানিব পৰা মতে চুক্লাই নদীত স্থানীয় লোকে মাছ মাৰি থকা অৱস্থাত এটা কাছ উদ্ধাৰ কৰে স্থানীয় লোকে।

লগে লগে স্থানীয় লোকে বনবিভাগৰ লোকক খৱৰ দিয়াত তামুলপুৰৰ বন বিভাগৰ লোকে উপস্থিত হৈ কাছটো উদ্ধাৰ কৰি বনবিভাগৰ কাৰ্যালয়লৈ আনে। বন বিভাগৰ লোকে জনোৱা মতে কাছটোৰ বয়স প্ৰায় ১২ বছৰ মান হ'ব। আজি বন বিভাগৰ লোক কাছটো মানস মানাহ ৰাষ্ট্ৰীয় উদ্যান এৰি দিব বুলি জানাই বন বিভাগৰ লোকে।

তামুলপুৰত দুষ্প্ৰাপ্য কাছ উদ্ধাৰ...
খেলপথাৰত গালি পৰা কে এল ৰাহুলক ঘৰত ভাত খাবলৈ মাতিলে লক্ষ্ণৌ টীমৰ মালিক সঞ্জীৱ গোৱেংকাই...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in