ডিজিটেল ডেস্ক: ৰাজ্য প্রশাসনত ব্যাপক ৰদ-বদল। তলত সৱিশেষ উল্লেখ কৰা হ'ল-
-
নাৰায়ণ কোঁৱৰক উচ্চ শিক্ষাৰ সচিবৰ দায়িত্ব।
-
চতুৰ্থ APBNৰ কমাণ্ডেণ্ট শিলাদিত্য চেতিয়াকো বদলি।
-
শিলাদিত্য চেতিয়াক গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবৰ দায়িত্ব।
-
তিনিচুকীয়াৰ উপায়ুক্ত পাৱাৰ নৰছিং সম্ভাজীক বদলি।
-
বিত্ত বিভাগৰ সচিব পদত নিযুক্তি নৰছিঙক।
-
তিনিচুকীয়াৰ নতুন উপায়ুক্ত হ’ব স্বপ্নীল পাল।
-
গায়ত্রী দেৱীদাসক বিত্ত বিভাগৰ উপ-সচিবৰ দায়িত্ব।
-
গৃহ বিভাগৰ উপ-সচিব ৰাহুল কুমাৰ গুপ্তাকো বদলি।
-
গুপ্তাক তিতাবৰ মহকুমাৰ ADC হিচাপে নিযুক্তি।
-
জাভিৰ ৰাহুল সুৰেশক সাধাৰণ প্রশাসনিক বিভাগৰ উপ-সচিবৰ দায়িত্ব।
-
জয় শিৱানীক বিশ্বনাথ মহকুমাৰ ADCৰ দায়িত্ব।
-
গৌৰৱ উপাধ্যায়ক ASDMAৰ প্রকল্প সঞ্চালকৰ দায়িত্ব।
-
দৰঙৰ উপায়ুক্ত প্রণৱ কুমাৰ শৰ্মাক বদলি।
-
শৰ্মাক মহিলা আৰু শিশু বিকাশ বিভাগৰ অতিৰিক্ত সচিবৰ দায়িত্ব।
-
ধেমাজিৰ উপায়ুক্ত অসমী কুমাৰ ভট্টাচাৰ্যক বদলি।
-
ভট্টাচাৰ্যক গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিঃ সচিবৰ দায়িত্ব।
-
ধেমাজিৰ উপায়ুক্ত হিচাপে পল্লৱী ফুকনক নিযুক্তি।
-
কাৱেৰী বৰকাকতি শৰ্মাক মাজুলীৰ উপায়ুক্ত নিযুক্তি।
-
ডিমা হাছাওৰ উপায়ুক্ত হিচাপে সীমান্ত কুমাৰ দাসক নিযুক্তি।
-
দক্ষিণ শালমৰাৰ উপায়ুক্ত হ’ব বিদ্যুৎ বিকাশ ভাগৱতী।
-
বজালী মহকুমাৰ ADC হিচাপে পূৰৱী গগৈক দায়িত্ব।
-
মাজুলীৰ উপায়ুক্ত পুলক মহন্তকো বদলি।
-
পুলক মহন্তক যোৰহাটৰ উপায়ুক্ত হিচাপে নিযুক্তি।
-
মুনিন্দ্র নাথক দৰঙৰ উপায়ুক্ত নিযুক্তি।
-
হোজাই মহকুমাৰ ADC হিচাপে লাচিত কুমাৰ দাসক দায়িত্ব।
-
I&PRৰ যুটীয়া সচিব হিচাপে মানৱেন্দ্র দেৱ ৰয়ক নিযুক্তি।
-
ভূমি সংৰক্ষণ বিভাগৰ উপ-সচিব হিচাপে ডিপু কুমাৰ ডেকাক নিযুক্তি।
-
ৰঙিয়া মহকুমাৰ ADCৰ দায়িত্ব দ্বীপেন বৰ্মনক।
আৰু পঢ়ক: ভাস্কৰ জ্যোতি মহন্তৰ অৱসৰৰ পাছত কোন হ'ব আৰক্ষী সঞ্চালক প্ৰধান?