গোগামুখ চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা

city accident
city accident
Published on
Updated on
  • গোগামুখ চাৰিআলিত ভয়ংকৰ পথ দুৰ্ঘটনা

  • থিতাতে নিহত এজন চাইকেল আৰোহী

  • লখিমপুৰ দিশে যোৱা তীব্রবেগী বাহনৰ খুন্দাত নিহত লোকজন

  • ব্যক্তিজনক খুন্দা মাৰি পুনৰ এখন ই-ৰিক্সাত খুন্দা মাৰি পলায়ন বাহনখনৰ

  • পুনৰ অলপ দূৰ গৈ নিয়ন্ত্রণ হেৰুৱাই খুন্দা মাৰে এটা পশুধনক

  • সংকটজনক অৱস্থাত ই-ৰিক্সা চালক জয়ন্ত বুঢ়াগোহাঁইক চিকিৎসালয়ত ভৰ্তি

  • দুৰ্ঘটনাত নিহত লোকজনৰ পৰিচয় বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

city accident
ৰাজহ বিভাগৰ কেলেংকাৰীৰ গোপন ৰহস্য ফাদিল আপৰ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in