চৰাইদেউত উদঙীয়া গৰুৱে প্ৰাণ ল'লে এজনৰ...

নিহত ব্যক্তিজন নাফুক চাহ বাগিছাৰ যদু কুমাৰ বুলি চিনাক্ত
চৰাইদেউত উদঙীয়া গৰুৱে প্ৰাণ ল'লে এজনৰ...
চৰাইদেউত উদঙীয়া গৰুৱে প্ৰাণ ল'লে এজনৰ...
Published on
Updated on

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউ জিলাৰ অন্তৰ্গত মাইবেলাত সোমবাৰে সন্ধিয়া সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত নিহত হৈছে এজন ব্যক্তি।

নিহত ব্যক্তিজন নাফুক চাহ বাগিছাৰ যদু কুমাৰ (৬০) বুলি চিনাক্ত কৰা হৈছে। জানিব পৰা মতে লোকজনে মটৰচাইকেলেৰে পথৰ মাজত উদঙীয়া গৰুক খুন্দা মৰাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাৰ পাছতেই অতি সংকটজনক অৱস্থাত তেওঁক চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছিল যদিও চিকিৎসালয় পোৱাৰ পূৰ্বেই তেওঁক মৃত্যুক সাৱটি লয়।

চৰাইদেউত উদঙীয়া গৰুৱে প্ৰাণ ল'লে এজনৰ...
কোকৰাঝাৰত মঙ্গলবাৰৰ পৰা ঐতিহাসিক ডুৰাণ্ড কাপৰ মেচ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in