অসম-অৰুণাচল সীমান্তৱৰ্তী বাৰ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা

দুৰ্ঘটনা
দুৰ্ঘটনাroad accident
Published on
Updated on
  • অসম-অৰুণাচল সীমান্তৱৰ্তী বাৰ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা

  • থিতাতে নিহত শিশুসহ এজন যুৱক

  • অসম-অৰুণাচল সীমান্ত পথত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো

  • মটৰ চাইকেল আৰু টাটা মেজিকৰ মুখামুখি সংঘৰ্ষত নিহত বাইক আৰোহী অজয় ৰাভা আৰু হৰিশ হৰপাল(১০)

  • দুৰ্ঘটনাগ্ৰস্ত মটৰ চাইকেলখনৰ নম্বৰ AS- 12- AE- 5492 আৰু মেজিখনৰ নম্বৰ AS- 12- BC- 4232 ।

দুৰ্ঘটনা
মণিপুৰ ছে' আয়ি সমাছাৰহৌ, দেশ কি চ'কীদাৰজী...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in