চামগুৰিত বিজেপি পৰাস্ত হ'ব বুলি জানিয়ে এক বিশৃংখল পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে...

চামগুৰিত বিজেপি পৰাস্ত হ'ব বুলি জানিয়ে এক বিশৃংখল পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে...
Published on
Updated on

ডিজিটেল সংবাদ, হাজোঃ চামগুৰিত বিজেপি পৰাস্ত হব বুলি জানিয়ে এক বিশৃংখল পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে। তাৰ বাবে বি জে পি নিজেই দায়ী- হাজোত এই বিস্ফোৰক মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ পেঞ্চনাৰ চেলৰ সভাপতি ভবেশ দাসৰ।

হাজোত উপস্থিত হৈ দলীয় সভাত অংশ লৈ এই বিস্ফোৰণ কংগ্ৰেছৰ নেতা গৰাকীৰ। তেওঁ লগতে কয়- মানুহে এতিয়া বি জে পিৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে । আনহাতে আগন্তুক দিনত হাজোত কংগ্ৰেছ দলে পঞ্চায়ত নিৰ্বাচনৰ বাবেও সাজু বুলি দাবী নেতা গৰাকীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in