ডিজিটেল ডেস্ক : অৱশেষত অভিযোগনামা দাখিল কৰা হ'ল ডাঃ সংগীতা-ৱালিউল ঘটনাৰ। সোমবাৰে আদালতত অভিযোগনামা দাখিল কৰিলে পল্টন বজাৰ আৰক্ষীয়ে। অহা ৫ জুলাইত সম্পূৰ্ণ হ'ব ঘটনাৰ দুমাহ।
নিয়ম অনুসৰি দুমাহৰ পূৰ্বেই দাখিল কৰিব লাগে অভিযোগনামা। আৰু সেই অনুসৰিয়েই পল্টন বজাৰ আৰক্ষীয়ে আদালতত দাখিল কৰিলে ঘটনাৰ অভিযোগনামা। উল্লেখ্য শিশু নিৰ্যাতনৰ ঘটনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল চিকিৎসক দম্পতীক। যি ঘটনাই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য।
Also Read: মহানগৰীত নতুন হস্তনিৰ্মিত গহনাৰ দোকান "Ishq Store"...