গ্রাম্য পুথিভঁৰালৰ নামত লাখ লাখ টকাৰ কেলেংকাৰী...

গ্রাম্য পুথিভঁৰালৰ নামত লাখ লাখ টকাৰ কেলেংকাৰী পানবজাৰ আৰক্ষীৰ জালত প্রণৱ গোস্বামী প্রণৱ গোস্বামীৰ পত্নী ৰুমী গোস্বামী সঞ্চালক হৈ থকা সময়ত সংঘটিত কেলেংকাৰী

author-image
Asomiya Pratidin
New Update
গ্রাম্য পুথিভঁৰালৰ নামত লাখ লাখ টকাৰ কেলেংকাৰী...

  • গ্রাম্য পুথিভঁৰালৰ নামত লাখ লাখ টকাৰ কেলেংকাৰী

  • পানবজাৰ আৰক্ষীৰ জালত প্রণৱ গোস্বামী

  • প্রণৱ গোস্বামীৰ পত্নী ৰুমী গোস্বামী সঞ্চালক হৈ থকা সময়ত সংঘটিত কেলেংকাৰী

  • কেলেংকাৰীৰ গোচৰত গ্রেপ্তাৰ প্রণৱ গোস্বামীক

  • সেইসময়ত সকলো ঠিকা লাভ কৰিছিল প্রণৱ গোস্বামীয়ে

  • দুয়োগৰাকীয়ে মিলি সংঘটিত কৰিছিল ব্যাপক অনিয়ম

  • বৰ্তমান জামিনত আছে ৰুমী গোস্বামী

  • ৰুমী গোস্বামীক বিচাৰি আবেদন পানবজাৰ আৰক্ষীৰ

আৰু পঢ়ক : নিয়ন্ত্রণ হেৰুৱাই ধাননি পথাৰত বাগৰিল স্কুল বাছ, গুৰুতৰভাৱে আহত দুগৰাকী ছাত্ৰী...

assam rural library