বিজ্ঞান শাখাৰ শীৰ্ষ স্থানত উজ্বলিল কোন কোন...

ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল।

author-image
Asomiya Pratidin
New Update
বিজ্ঞান শাখাৰ শীৰ্ষ স্থানত উজ্বলিল কোন কোন...

ডিজিটেল ডেস্ক : ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল।

  • বিজ্ঞান শাখাত প্ৰথম স্থানত উজ্বলিল ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ নিখিলেশ দত্ত

  • দ্বিতীয় স্থানত ক্ৰমে অৰীজিত ৰয়, বিশ্বজ্যোতি দাস, ঋষভ উপাধ্যায় আটাইকেইজন ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ছাত্ৰ

  • তৃতীয় স্থানত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাৰ্থনা প্ৰিয়ম শইকীয়া

  • চতুৰ্থ স্থানত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ সত্যজিত কামান

  • পঞ্চম স্থানত চৰাইদেউৰ ইলাট একাডেমিৰ গৌৰাংগজিত গগৈ

  • ষষ্ঠ স্থানত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ভাৰ্গভ শিবম

  • সপ্তম স্থানত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বিকাশ জ্যোতি চহৰীয়া

  • অষ্টম স্থানত ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শতৰুপা বৰকাকতি

  • নৱম স্থানত কটন বিশ্ববিদ্যালয়ৰ শয়ন পড্ডাৰ; আলফা বেটা ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, নগাঁৱৰ হিমামিশ দত্ত; শিৱসাগৰ নাজিৰাৰ বেদ একাডেমিৰ কাশ্যপ গগৈ

  • দশম স্থানত ধুবুৰীৰ শিশু পাঠশালা এইছ এছ স্কুলৰ নবীন সাহা, ৰামানুজন ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ কৃষ্ণা ডেকা আৰু অভিলাশা হিমাশ্ৰী দাস

Assam Higher Secondary Education Council