-
বিশেষ ন্যায়াধীশৰ আদালত ও কাৰ্যালয়ত হাজিৰ কৰোৱা হয় জি এছ টি ভৱনৰ আয়ুক্ত শক্তিৱেল ৰাজুক ।
-
ছেপ্টেম্বৰৰ ২৯ তাৰিখে চি বি আইৰ অভিযানত গ্ৰেপ্তাৰ হৈছিল জি এছ টি ভৱনৰ আয়ুক্ত ।
-
আয়ুক্ত শক্তিৱেল ৰাজুৰ সৈতেই গ্ৰেপ্তাৰ কৰা হৈছিল আন এজন ব্যৱসায়ীক ।
-
অভিযুক্ত দুজনৰ পৰা উদ্ধাৰ কৰা হৈছিল নগদ ৩ লাখ টকা আৰু বহু আপত্তিজনক নথি-পত্ৰ ।
-
আজি কেন্দ্ৰীয় অনুসন্ধান সংস্থা ও ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাৰ বিশেষ ন্যায়াধীশৰ আদালত ও কাৰ্যালয়ত আজি হাজিৰ কৰোৱা হয় আচামী দুগৰাকীক ।
-
দিনৰ প্ৰায় ১১.৩০ বজাত হাজিৰ কৰে শক্তিৱেল ৰাজু আৰু ব্যৱসায়ী গৰাকীক ।
-
ঘন্টাজোৰা জেৰা অব্যাহত আছে অভিযুক্ত দুগৰাকীৰ ।
বিশেষ ন্যায়াধীশৰ আদালত ও কাৰ্যালয়ত হাজিৰ কৰোৱা হয় জি এছ টি ভৱনৰ আয়ুক্ত শক্তিৱেল ৰাজুক
New Update