-
অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে SI অৰ্চনা দেৱীয়ে
-
GMCHৰ ICUত চিকিৎসাধীন হৈ আছিল অৰ্চনা দেৱী
-
১০ অক্টোবৰত সোণাপুৰত ভঙাগড় আৰক্ষীৰ পেট্ৰলিং বাহনে খুন্দিয়াইছিল ৰৈ থকা ট্ৰাকত
-
উক্ত দুৰ্ঘটনাটোত পতিত হৈছিল মহিলা SI গৰাকী
-
আজি GMCHত শেষ নিশ্বাস ত্যাগ SI অৰ্চনা দেৱীৰ
Also Read: আমাক এটা শ্ৰেণী কোঠা লাগে...