অবৈধভাৱে ভাৰতত প্ৰৱেশ, কাছাৰত গ্ৰেপ্তাৰ ৪ বাংলাদেশী নাগৰিক

অবৈধভাৱে ভাৰতত প্ৰৱেশ, কাছাৰত গ্ৰেপ্তাৰ ৪ বাংলাদেশী নাগৰিক
Published on
Updated on
  • কাছাৰৰ গুমৰাত আটক ৪ বাংলাদেশী নাগৰিক।

  • দেওবাৰে গাঁওৰক্ষী বাহিনীয়ে আটক কৰি গতালে আৰক্ষীক।

  • ধৃত কেইজন হাবিগঞ্জৰ মুতাছিৰ আলী, জাবেদ আলী।

  • লগতে আছে চিলেটৰ চফিক আলী, সুনামগঞ্জৰ মহম্মদ আলী।

  • ৩ মাহ পূৰ্বে বাংলাদেশীকেইজন অবৈধভাৱে প্রৱেশ কৰিছিল ভাৰতত।

  • জম্মু-কাশ্মীৰৰ পৰা আৰম্ভ কৰি বিভিন্ন ঠাই ঘূৰি প্রৱেশ কৰিছিল কাছাৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in