শিলচৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
শিলচৰৰ মেহেৰপুৰত এই অভিযান।
অভিযানত মহিলাসহ ৫ ড্ৰাগছ সৰবৰাহকাৰীক আটক।
মেহেৰপুৰৰ এখন ব্যৱসায়ীক প্ৰতিষ্ঠানত আৰক্ষীয়ে চলাইছিল অভিযান।
আৰক্ষীয়ে জব্দ কৰিছে ৩০৬ গ্ৰাম হেৰ'ইন।
আটকাধীনসকলৰ মাজত আছে ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ কৰ্মচাৰীও।
আটক মোস্তাক আহমদ, মকবুল আলম, ৰাজন আহমদ, এমাজ হোছেইন।
ইয়াৰোপৰি আটক কৰা হৈছে মস্তাক আহমদ আৰু চুমকি বেগম নামৰ এগৰাকী মহিলাক।