-
শিৱসাগৰ চাৰিঙত দম্পতীক প্রহাৰৰ ঘটনা ।
-
ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ অভিযুক্ত বিজেপি কৰ্মী অংশুমান বৰাক ।
-
গৌৰীসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অংশুমানক ।
-
বিজেপিৰ জনসভালৈ নোযোৱাৰ বাবে দম্পতীক প্রহাৰৰ অভিযোগ ।
-
বিজেপি যুৱ মৰ্চাৰ গৌৰীসাগৰ মণ্ডলৰ সাধাৰণ সম্পাদক অংশুমান বৰা ।
Also Read: শ্ৰীমন্ত শঙ্কৰজ্যোতি আঞ্চলিক কলামঞ্চৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপন...