/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/fdb1bd25-23fc-49bf-98f8-4c19c8d46b46/4.jpg)
শিৱসাগৰৰ আমোলাপট্টীৰ শংকৰদেৱ নগৰত চাঞ্চ্যলকৰ ডকাইতি।
মণি চেতিয়া নামৰ এগৰাকী শিক্ষয়িত্রীৰ ঘৰত ডকাইতিৰ কাণ্ড সংঘটিত হৈছে।
শিক্ষয়িত্রীৰ ঘৰৰ পৰা লক্ষাধিক টকাৰ সম্পত্তি লুটি নিলে ডকাইতে।
ডকাইতে ছুৰীৰে আক্রমণৰ চেষ্টা কৰে শিক্ষয়িত্রীগৰাকীৰ পৰিয়ালটোক।
ঘৰটোত খিৰিকি ভাঙি ডকাইতে প্রৱেশ কৰি ডকাইতি কাৰ্য চলাই।
ডকাইতৰ সৈতে হতাহতিত লিপ্ত হয় শিক্ষয়িত্রীগৰাকীৰ পুত্র ৰিতুৰাজ।
পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
Also Read: ভাৰতৰ সবাতোকৈ ধনী ৭খন ৰাজ্য, পঢ়ক সবিশেষ...